এক ধীমানৰ আত্মজীৱনী

চালভাড' ডালিৰ আত্মজীৱনী

এক ধীমানৰ আত্মজীৱনী (ইংৰাজী: Diary of A Genius) চালভাড' ডালিৰ আত্মজীৱনী। গ্ৰন্থখনৰ অসমীয়া অনুবাদ কৰিছে মৌচুমী কন্দলীয়ে। ২০০২ চনৰপৰা ২০০৪ চনলৈকে এই গ্ৰন্থখনৰ লেখাখিনি ধাৰাবাহিকভাৱে আজিৰ অসম কাকতত প্ৰকাশ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ২০০৯ চনত গ্ৰন্থাকাৰে প্ৰকাশ কৰা হয়।

এক ধীমানৰ আত্মজীৱনী  
লেখক ছালভাদৰ দালি
অনুবাদক মৌচুমী কন্দলী
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশ ২০০৯, ডিচেম্বৰ
মিডিয়া প্ৰকাৰ মুদ্ৰণ
আই.এচ.বি.এন. ৯৭৮-৮১-৯০৬৩০৮-৮-৭ (দ্বিতীয় প্ৰকাশ)

বাহ্যিক সংযোগ সম্পাদনা কৰক

লগতে চাওক সম্পাদনা কৰক