এজৰা পাউণ্ড
এজৰা পাউণ্ড (ইংৰাজী: Ezra Pound) হৈছে এগৰাকী আমেৰিকান কবি আৰু সমালোচক।[1]
এজৰা পাউণ্ড | |
---|---|
জন্ম | ৩০ অক্টোবৰ ১৮৮৫ আমেৰিকা |
মৃত্যু | ১ নবেম্বৰ ১৯৭২ চন। ভেনিচ,ইটালী |
ভাষা | ইংৰাজী ভাষা |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
নাগৰিকত্ব | আমেৰিকান |
জন্ম আৰু বংশ পৰিচয়
সম্পাদনা কৰক১৮৮৫ চনৰ ৩০ অক্টোবৰ তাৰিখে আমেৰিকাৰ যুক্তৰাষ্ট ইদাহো ৰাষ্ট্ৰত তেখেতৰ জন্ম হয়। তেওঁ পিতৃ নাম আছিল লুইছ পাউণ্ড আৰু মাতৃ নাম ইসায়েল।[2]
শিক্ষা
সম্পাদনা কৰকতেওঁ হেমিলটন কলেজৰ পৰা কলেজীয়া শিক্ষা লাভ কৰিছিল।[3]
চাকৰি জীৱন
সম্পাদনা কৰকতেওঁ ফৰাছী আৰু স্পেনিছ ভাষাত অধ্যাপনা কৰি ১৯০৮ চনত লণ্ডনত সাহিত্যিক জীৱন আৰম্ভ কৰে।
সাহিত্যৰাজি
সম্পাদনা কৰককবিতাপুথি
সম্পাদনা কৰক- Personae
- Exultation provenka
- Conzani
- Riposiles
- Cathay
- Lusta
- Hamage sextus properties
- Hugh pelwyn moulerly
গবেষণামূলক অনুবাদ গ্ৰন্থ
সম্পাদনা কৰক- Note or Accompleshment
- Certain nable plays of japan
প্ৰবন্ধ সংকলন
সম্পাদনা কৰক- Make it new (সম্পা: ইলিয়ট ১৯৩৪)
- Polite alays (সম্পা: ইলিয়ট ১৯৩৭)
বঁটা আৰু সন্মান
সম্পাদনা কৰক- ১৯৪৮ চনত বলিংগেন পুৰস্কাৰ লাভ কৰে।
মৃত্যু
সম্পাদনা কৰক১৯৭২ চনৰ ১ নবেম্বৰ তাৰিখে তেখেতৰ মৃত্যু হয়।