এড'বি ইন্‌ক.

আমেৰিকান ছ'ফ্টৱেৰ কোম্পানী

এড'বি ইন্‌কৰ্পৰেটেড (ইংৰাজী: Adobe Inc., যাক ২০১৮ চনৰ ৩ অক্টোবৰ পৰ্যন্ত এড'বি ছিষ্টেম্‌চ ইন্‌কৰ্পৰেটেড বোলা হৈছিল) হ'ল আমেৰিকাৰ এটা বহুজাতিক ছ'ফ্টৱেৰ কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফ'ৰ্ণিয়াছেন হ'জে চহৰত অৱস্থিত। ই পূৰ্বৰে পৰা মাল্টিমিডিয়া আৰু ক্ৰিয়েটিভিটী ছ'ফ্টৱেৰ সৃষ্টি কৰি আহিছে আৰু শেহতীয়াকৈ ডিজিটেল মাৰ্কেটিং ছ'ফ্টৱেৰ সৃষ্টি কৰিবলৈ ধৰিছে। এড'বি ফ্লেশ্ব ৱেব ছ'ফ্টৱেৰ ইক'ছিষ্টেম, ফ'ট'শ্ব'প ইমেজ এডিটৰ, এড'বি ইলুষ্ট্ৰেটৰ ভেক্টৰ গ্ৰাফিক্স এডিটৰ, এক্ৰবেট ৰীডাৰ আৰু এড'বি ক্ৰিয়েটিভ ছুইটৰ লগতে ইয়াৰ নতুন সংস্কৰণ এড'বি ক্ৰিয়েটিভ ক্লাউডৰ বাবে ই বিশেষকৈ জনাজাত।

এড'বি ইন্‌কৰ্পৰেটেড
ধৰণ পাব্লিক লিমিটেড কোম্পানী ("নাচডেক": ADBE)
উদ্যোগ কম্পিউটাৰ ছ'ফ্টৱেৰ[1]
স্থাপিত মাউণ্টেইন ভিউ, কেলিফ'ৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ (১৯৮২)
প্ৰতিষ্ঠাতা চাৰ্ল্‌চ গেশ্বকি
জন ৱাৰ্ণক
মুখ্য কাৰ্যালয় ছেন হ'জে, কেলিফ'ৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
দেশ/অঞ্চল বিশ্বব্যাপী
নেতৃস্থানীয় ব্যক্তিত্ব শান্তনু নাৰায়ণ (অধ্যক্ষ তথা চিইঅ')
জন এফ মাৰ্ফি (চিএফঅ') অভয় পাৰশনিশ (চিটিঅ')
পণ্য এড'বি এক্ৰবেট
এড'বি ফ'ট'শ্ব'প
এড'বি ফ্লেশ্ব
এড'বি ক্ৰিয়েটিভ ছুইট
এড'বি মিডিয়া প্লেয়াৰ
এড'বি শ্বক্‌ৱেভ
ক'ল্ড ফিউশ্বন
ফ্লেক্স
ৰাজহ বৃদ্ধি ৯.০৩ বিলিয়ন ডলাৰ (FY 2018)[2]
কাৰ্যকৰ আয় বৃদ্ধি ২.৮৪ বিলিয়ন ডলাৰ (FY 2018)[2]
মুঠ আয় বৃদ্ধি ৩.৬২ বিলিয়ন ডলাৰ (FY 2018)[2]
মুঠ সম্পত্তি বৃদ্ধি ১৮.৭৬ বিলিয়ন ডলাৰ (FY 2018)[3]
Total equity বৃদ্ধি ৯.৩৬ বিলিয়ন ডলাৰ (FY 2018)[3]
কৰ্মচাৰীৰ সংখ্যা ২১,৪২৮ (২০১৯)
ৱেবছাইট Adobe.com

তথ্যসূত্ৰ সম্পাদনা কৰক