এলিজা মাইৰি (ইংৰাজী: Eliza Myrie, জন্ম: ১৯৮১) এগৰাকী দৃশ্যমান শিল্পী। তেওঁ বৰ্তমান চিকাগো চহৰত বাস কৰে।[1] তেওঁ বিভিন্ন দৃশ্যমান কলা যেনে ভাস্কৰ্য, অংশগ্ৰহণকাৰী স্থাপনা কলা, ৰাজহুৱা কলা আৰু ছপা কলা আদিৰ লগত জড়িত।[1][2][3][4]

এলিজা মাইৰি
জন্ম ১৯৮১
নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
দেশ আমেৰিকান
পেচা ছচিয়েল প্ৰেক্টিছ
প্ৰশিক্ষণ উইলিয়ামছ্ মহাবিদ্যালয় - বি.এ
নৰ্থওৱেষ্টাৰ্ন বিশ্ববিদ্যালয় - এম.এফ.এ
স্ক'হেগেন বিদ্যালয়
হোৱাইটনী স্বতন্ত্ৰ শিক্ষা আচঁনি
ৱেবচাইট ElizaMyrie.com

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

মাইৰিৰ পিতৃ এগৰাকী শিলৰ মিস্ত্ৰী।[5] মাইৰিয়ে নৰ্থওৱেষ্টাৰ্ন বিশ্ববিদ্যালয়ৰ পৰা এম.এফ.এ ডিগ্ৰী আৰু উলিয়ামছ্ মহাবিদ্যালয়ৰ পৰা বি.এ ডিগ্ৰী লাভ কৰে।[6] তেওঁ স্ক'হেগেন স্কুল আৰু হোৱাইটনী স্বতন্ত্ৰ শিক্ষা আঁচনিৰো শিক্ষাৰ্থী আছিল।[1]

শিল্প জীৱন সম্পাদনা কৰক

মাইৰিয়ে চলোৱা ব্লেক আৰ্টিষ্টছ্ ৰিট্ৰিট (২০১৩) নামৰ পাৰম্পৰিক কলা প্ৰতিষ্ঠানৰ বাহিৰত কাম কৰা কৃষ্ণ দৃশ্যমান শিল্পীৰ আন্তঃপ্ৰজন্ম গোটক একত্ৰিত কৰা প্ৰচেষ্টাৰ সহপ্ৰতিষ্ঠাপক।[7] ২০১৬ চনত মাইৰিক মেকডৱেল ফেল'শ্বিপ প্ৰদান কৰা হয়।[8] ২০১৭-১৮ চনত তেওঁ চাণ্টা ফে আৰ্ট প্ৰতিষ্ঠানৰ সমন্যায় আৱাসিক ফেল'শ্বিপ লাভ লাভ কৰে।[6] মায়ৰি ব্লেক লান্স টেবুলৰ ৱিকি প্ৰকল্প পৰিচালক।[9]

শিক্ষা সম্পাদনা কৰক

মাইৰিয়ে স্কুল অফ আৰ্ট ইনষ্টিটিউট অফ চিকাগো আৰু উইলিয়ামছ্ মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছে।[6]

নিৰ্বাচিত প্ৰদৰ্শনীসমূহ সম্পাদনা কৰক

  • সমকালীন ডেভিডচন,নিউয়ৰ্ক(২০১০)[10]
  • হেড পাৰ্ক আৰ্টচ চেণ্টাৰ, চিকাগো (২০১০)[11]
  • নিউ মিউজিয়াম অফ কনটেম্পোৰাৰি আৰ্ট, নিউয়ৰ্ক (২০১১)[12]
  • মিউজিয়াম অফ কনটেম্পোৰাৰি আৰ্ট চিকাগো, চিকাগো (২০১২)[13][14]
  • মূল আৰু সংস্কৃতি, চিকাগো (২০১৪)।[15]
  • ছেন কেম্পবেল, চিকাগো (২০১৬)[16]
  • ভক্স প'পুলি, ফিলাডেলফিয়া (২০১৬)[17][10]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • লেৰয় নেইমেন আৰু জেনেট বাইৰ্নি নেইমেন আৰ্টাডিয়া বঁটা, চিকাগো, ২০২০[2][18]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "eliza myrie" (en-US ভাষাত). Chicago Artists Coalition. https://chicagoartistscoalition.org/artists/eliza-myrie। আহৰণ কৰা হৈছে: 2020-07-12. 
  2. 2.0 2.1 "Eliza Myrie". Artadia. https://artadia.org/artist/eliza-myrie/। আহৰণ কৰা হৈছে: 2020-07-12. 
  3. "Tie Up: Eliza Myrie & Yasmin Spiro in Conversation". http://www.thevisualist.org/2019/08/tie-up-eliza-myrie-yasmin-spiro-in-conversation/। আহৰণ কৰা হৈছে: 2020-07-12. 
  4. "Eliza Myrie". ArtSlant. Archived from the original on 2019-07-12. https://web.archive.org/web/20190712150144/https://www.artslant.com/global/artists/show/138978-eliza-myrie। আহৰণ কৰা হৈছে: 2020-07-12. 
  5. Myrie, Eliza. "Building a Wall Through My Father" (en ভাষাত). 3Arts: 3AP – MAKE ART WORK. https://3arts.org/projects/building-wall-through-my-father/। আহৰণ কৰা হৈছে: 2020-07-12. 
  6. 6.0 6.1 6.2 "Eliza Myrie" (en-US ভাষাত). Santa Fe Art Institute. https://sfai.org/alumni/eliza-myrie/। আহৰণ কৰা হৈছে: 2020-07-12. 
  7. Simchak, Courtney; Myrie, Eliza. "Visual Arts: Eliza Myrie | Newfound" (en-US ভাষাত). https://newfound.org/archives/volume-10/issue-2/visual-arts-eliza-myrie/। আহৰণ কৰা হৈছে: 2020-07-12. 
  8. "eliza myrie - Artist" (en ভাষাত). MacDowell. https://www.macdowell.org/artists/eliza-myrie. 
  9. Valentine, Jina; Myrie, Eliza. "The myth of the comprehensive historical archive" (en ভাষাত). Wikipedia @ 20. https://wikipedia20.pubpub.org/pub/d26b3c1u/release/2. 
  10. 10.0 10.1 Reichert, Elliot (2016-09-15). "Art 50 2016 | Newcity Art - Part 5" (en-US ভাষাত). art.newcity.com. https://art.newcity.com/2016/09/15/art-50-2016/5/। আহৰণ কৰা হৈছে: 2020-07-13. 
  11. "Eliza Myrie | Artist Profile with Bio" (en ভাষাত). www.mutualart.com. https://www.mutualart.com/Artist/Eliza-Myrie/402027E5EB92FDF0। আহৰণ কৰা হৈছে: 2020-07-12. 
  12. "Exhibitions" (en ভাষাত). New Museum Digital Archive. https://archive.newmuseum.org/exhibitions/1393। আহৰণ কৰা হৈছে: 2020-07-13. 
  13. "Skyscraper" (en ভাষাত). MCA. 2012-01-01. https://mcachicago.org/Publications/Books/Skyscraper। আহৰণ কৰা হৈছে: 2020-07-12. 
  14. Darby, Angela (2012-06-01). "Aesthetica Magazine - Humanising A Modernist Icon" (en-GB ভাষাত). Aesthetica Magazine. https://aestheticamagazine.com/humanising-a-modernist-icon/। আহৰণ কৰা হৈছে: 2020-07-14. 
  15. Morris, Matt (2014-09-29). "Review: Daniel Giles and Eliza Myrie/Roots & Culture | Newcity Art" (en-US ভাষাত). art.newcity.com. https://art.newcity.com/2014/09/29/review-daniel-giles-and-eliza-myrieroots-culture/। আহৰণ কৰা হৈছে: 2020-07-13. 
  16. "SHANE CAMPBELL GALLERY — Chicago and Vicinity - 2016" (en-US ভাষাত). SHANE CAMPBELL GALLERY. https://www.shanecampbellgallery.com/chicago-and-vicinity-2016। আহৰণ কৰা হৈছে: 2020-07-13. 
  17. Populi, Vox. "Vox Populi > Eliza Myrie" (en ভাষাত). Vox Populi. http://voxpopuligallery.org/exhibitions/eliza-myrie/। আহৰণ কৰা হৈছে: 2020-07-12. 
  18. Rockett, Darcel. "Uptown, Garfield Park artists Eliza Myrie and Caroline Kent win $10K from national arts nonprofit Artadia". chicagotribune.com. https://www.chicagotribune.com/entertainment/ct-ent-artadia-chicago-winners-0708-20200708-sjllylsbxjcmngcgojngeijrii-story.html। আহৰণ কৰা হৈছে: 2020-07-12.