ওড়িয়া ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ওড়িয়া সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৫,৮৭৯ প্ৰবন্ধ আছে।

Favicon of Wikipedia ওড়িয়া ৱিকিপিডিয়া
Wikipedia-logo-v2-or.svg
ইউ আৰ এল or.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ওড়িয়া ভাষা
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যাসম্পাদনা কৰক

২০২০ চনত ওড়িয়া ৱিকিপিডিয়াৰ ১৫,৮৭৯টা প্ৰবন্ধ, ২৬,০০০ গৰাকী সম্পাদক, ৬ গৰাকী প্ৰশাসক আৰু ১২৬টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৪,০০,৩৭৬।[1]

বাহ্যিক সংযোগসম্পাদনা কৰক

ওড়িয়া ৱিকিপিডিয়া

তথ্য সংগ্ৰহসম্পাদনা কৰক