ওড়িয়া ৱিকিপিডিয়া

ৱিকিপিডিয়াৰ ওড়িয়া সংস্কৰণ

ওড়িয়া ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ওড়িয়া সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১৭,৯০৮ প্ৰবন্ধ আছে।

Favicon of Wikipedia ওড়িয়া ৱিকিপিডিয়া
soft2i
ইউ আৰ এল or.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ওড়িয়া ভাষা es-us
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যা সম্পাদনা কৰক

২০২৪ চনত ওড়িয়া ৱিকিপিডিয়াৰ ১৭,৯০৮টা প্ৰবন্ধ, ৩৬,০০০ গৰাকী সম্পাদক, ৬ গৰাকী প্ৰশাসক আৰু ১৮৫টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৫,২৯,২১০।[1]

বাহ্যিক সংযোগ সম্পাদনা কৰক

ওড়িয়া ৱিকিপিডিয়া

তথ্য সংগ্ৰহ সম্পাদনা কৰক