ওলন্দাজ ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ওলন্দাজ ভাষাৰ সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 21,70,030 প্ৰবন্ধ আছে।

Favicon of Wikipedia ওলন্দাজ ৱিকিপিডিয়া
Type of site
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
Available in ডাচ ভাষা
Owner ৱিকিমিডিয়া ফাউণ্ডেশ্যন
URL nl.wikipedia.org
Commercial নহয়
Registration বৈকল্পিক

পৰিসংখ্যা

সম্পাদনা কৰক

2024 চনৰ ওলন্দাজ ৱিকিপিডিয়া'ৰ 21,70,030 প্ৰবন্ধ, 13,70,000 সম্পাদক, 30 প্ৰশাসক আৰু 20 ফাইল আছে। মোট সম্পাদনা সংখ্যা 6,81,21,694।[1]

বাহ্যিক সংযোগ

সম্পাদনা কৰক

ওলন্দাজ ৱিকিপিডিয়া

তথ্য সংগ্ৰহ

সম্পাদনা কৰক