কদমতলে কৃষ্ণ নাচে

অসমীয়া চলচ্চিত্ৰ (২০০৫)
(কদমতলে কৃষ্ণ নাচে (চলচ্চিত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)


কদমতলে কৃষ্ণ নাচে (ইংৰাজী: Krishna Dances under Kadam Tree) হৈছে, ২০০৫ চনৰ ২ চেপ্টেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। সুমন হৰিপ্ৰিয়া পৰিচালিত এই ছবিখনে '৫৩-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে[2]

কদমতলে কৃষ্ণ নাচে
'Kadamtole Krishna Nache'
পৰিচালক সুমন হৰিপ্ৰিয়া
চিত্ৰনাট্য সুমন হৰিপ্ৰিয়া
প্ৰযোজক সুমন হৰিপ্ৰিয়া
ৰঞ্জিত চক্ৰবৰ্তি
অভিনয়ত সৌৰভ হাজৰিকা
তপন দাস
জয়ন্ত ভাগৱতী
ৰানু দেৱী
ৰূপশিখা
প্ৰযোজনা
কোম্পানী
হৰিপ্ৰিয়া প্ৰডাকচ্‌ন প্ৰাইভেট লিমিটেড
মুক্তি
২ ছেপ্টেম্বৰ ২০০৫ (2005-09-02)
দৈৰ্ঘ্য
১২৩ মিনিট [1]
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

প্লট সম্পাদনা কৰক


অভিনয় শিল্পী সম্পাদনা কৰক

  • সৌৰভ হাজৰিকা
  • তপন দাস
  • জয়ন্ত ভাগৱতী
  • ৰানু দেৱী
  • ৰূপশিখা

কাৰীকৰি খুঁটি-নাটি সম্পাদনা কৰক

  • ফিল্ম: ৩৫ মিমি

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক