কপিল পৰমাৰ (জন্ম ২০০০) এজন ভাৰতীয় পেৰা-জুডো খেলুৱৈ। [1] ২০২৪ চনৰ পেৰালিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰাৰ লগতে জুডোত ভাৰতৰ প্ৰথমটো পেৰালিম্পিক পদক লাভ কৰি ইতিহাস ৰচনা কৰে। [2] ইয়াৰোপৰি পৰমাৰে ২০১৯ চনৰ কমনৱেলথ চেম্পিয়নশ্বিপত স্বৰ্ণ পদক, ২০২৩ চনৰ গ্ৰেণ্ড প্ৰিক্সত স্বৰ্ণ, ২০২৩ চনৰ আই বি এছ এ বিশ্ব গেমছত ব্ৰঞ্জ আৰু ২০২২ চনৰ এছিয়ান পেৰা গেমছত ৰূপৰ পদক লাভ কৰিছে ৷ [3]

কপিল পৰমাৰ
ব্যক্তিগত তথ্যাৱলী
স্থানীয় নাম Kapil Parmar
জন্ম Sehore, Madhya Pradesh, India
ক্ৰীড়া
দেশ  ভাৰত
ক্ৰীড়া Judo
শিতান Men's 60 kg
সফলতা আৰু শীৰ্ষস্থান প্ৰাপ্তিসমূহ
পেৰালিম্পিক ফাইনেল 2024 Paris 3

ব্যক্তিগত জীৱন

সম্পাদনা কৰক

পৰমাৰ ভূপালৰ যদিও তেওঁ লক্ষ্ণৌৰ ইণ্ডিয়ান পেৰা জুডো একাডেমীত প্ৰশিক্ষক মুনাৱাৰ আঞ্জাৰ আলী ছিদ্দিকিৰ অধীনত প্ৰশিক্ষণ লৈ আছে। [4]

কেৰিয়াৰ

সম্পাদনা কৰক

এছিয়ান পেৰা গেমছত পৰমাৰে ৰূপৰ পদক লাভ কৰে ৷ [5] ২০২৩ চনত আলেকজেণ্ড্ৰিয়াত অনুষ্ঠিত হোৱা আই বি এছ এ জুডো গ্ৰেণ্ড প্ৰিক্সত তেওঁ সোণৰ পদক লাভ কৰে। [6] ইয়াৰ পিছত ব্ৰিটেইনৰ বাৰ্মিংহামত অনুষ্ঠিত আই বি এছ এ বিশ্ব গেমছত ব্ৰঞ্জৰ পদক লাভ কৰে ৷ [7] [8] বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছতো তেওঁ সোণৰ পদক লাভ কৰে। [8] ২০২৪ চনৰ পেৰিছ পেৰালিম্পিকত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে। [9]

তথ্যসূত্ৰসমূহ

সম্পাদনা কৰক
  1. "Para Asian Games: Kokila, Kapil capture silver, bronze in Judo". www.aninews.in. 2023-10-23. https://www.aninews.in/news/sports/others/para-asian-games-kokila-kapil-capture-silver-bronze-in-judo20231023203729/। আহৰণ কৰা হৈছে: 2024-01-21. 
  2. Kavthale, Sumeet; News, India TV (2024-09-05). "Kapil Parmar wins historic Bronze in men's judo; India's medal tally at Paris Paralympics 2024 reach 25" (en ভাষাত). www.indiatvnews.com. https://www.indiatvnews.com/sports/other/kapil-parmar-wins-historic-bronze-medal-in-men-s-judo-at-paris-paralympics-2024-2024-09-05-950647। আহৰণ কৰা হৈছে: 2024-09-05. 
  3. "Paris 2024 Paralympics: Judoka Kapil Parmar wins bronze medal in men’s -60kg J1 category". The Hindu. https://sportstar.thehindu.com/olympics/paris-paralympics-2024/news/kapil-parmar-wins-bronze-medal-paris-paralympics-2024-para-judo-men-60kg-j1-result-ippon-score/article68609905.ece/amp/. 
  4. "Lucknow judoka gets bronze in IBSA Games". The Times of India. 2023-08-28. ISSN 0971-8257. https://timesofindia.indiatimes.com/city/lucknow/lucknow-judoka-gets-bronze-in-ibsa-games/articleshow/103117234.cms. 
  5. Parkar, Ubaid (2023-10-28). "Asian Para Games 2023 medal tally: Indian winners - full list". www.olympics.com. https://olympics.com/en/news/asian-para-games-2023-hangzhou-india-medal-winners-tally-table। আহৰণ কৰা হৈছে: 2024-01-21. 
  6. Figueiredo, Pedro (2023-03-13). "Judo: India made history in Egypt" (en-US ভাষাত). IBSA International Blind Sports Federation. https://ibsasport.org/judo-india-made-history-in-egypt/। আহৰণ কৰা হৈছে: 2024-01-21. 
  7. . 2023-08-28. https://timesofindia.indiatimes.com/city/lucknow/lucknow-judoka-gets-bronze-in-ibsa-games/articleshow/103117234.cms. 
  8. 8.0 8.1 "Meet Para Judo player Kapil Parmar gold medallist" (en ভাষাত). Paralympic Committee of India. 2023-10-11. https://www.paralympicindia.org.in/meet-para-judo-player-kapil-parmar-gold-medallist। আহৰণ কৰা হৈছে: 2024-01-21. 
  9. "Kapil Parmar scripts history, wins India's first-ever Paralympic medal in judo" (en ভাষাত). India Today. 2024-09-05. https://www.indiatoday.in/amp/sports/paralympics/story/kapil-parmar-wins-india-first-ever-paralympic-medal-in-judo-2594520-2024-09-05। আহৰণ কৰা হৈছে: 2024-09-05.