কফিল উদ্দিন ছোনাৰ
বাংলাদেশী ৰাজনৈতিকবিদ
কফিল উদ্দিন ছোনাৰ বাংলাদেশৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ ১৯৮৮ সনত বাংলাদেশৰ জাতীয় সংসদৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছিল।[1] ২০১৯ চনৰ ২৫ অক্টোবৰত ৭৫ বয়সত তেখেতৰ মৃত্যু হৈছিল।[2]
কফিল উদ্দিন ছোনাৰ | |
---|---|
সাংসদ নওগাঁ-৪ | |
কাৰ্যকাল ১৯৮৮ – ১৯৯০ | |
পূৰ্বসূৰী | এমাজ উদ্দিন প্ৰামাণিক |
উত্তৰসূৰী | নাছিৰ উদ্দিন |
ব্যক্তিগত তথ্য | |
জন্ম | ১৯৪৩/৪৪ |
মৃত্যু | ২৫ অক্টোবৰ ২০১৯ (বয়স ৭৫) |
ৰাষ্ট্ৰীয়তা | বাংলাদেশী |
ৰাজনৈতিক দল | জাতীয় পাৰ্টি |
পেচা | ৰাজনীতিবিদ |
তথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ "৪ৰ্থ জাতীয় সংসদে নিৰ্বাচিত মাননীয় সংসদ-সদস্যদেৰ নামেৰ তালিকা". www.parliament.gov.bd. Archived from the original on 2019-07-08. https://web.archive.org/web/20190708101931/http://www.parliament.gov.bd/images/pdf/formermp/4th.pdf। আহৰণ কৰা হৈছে: 2019-10-27.
- ↑ "মান্দায় সাবেক সাংসদ কফিল সোনাৰ আৰ নেই". Dainik Sunshine. 27 October 2019. http://www.dailysunshine.com.bd/newspaper/news/157532/মান্দায়-সাবেক-সাংসদ-কফিল/। আহৰণ কৰা হৈছে: 27 October 2019.[সংযোগবিহীন উৎস]