কফিল উদ্দিন ছোনাৰ

বাংলাদেশী ৰাজনৈতিকবিদ


কফিল উদ্দিন ছোনাৰ বাংলাদেশৰ এজন ৰাজনীতিবিদ আছিল। তেওঁ ১৯৮৮ সনত বাংলাদেশৰ জাতীয় সংসদৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছিল।[1] ২০১৯ চনৰ ২৫ অক্টোবৰত ৭৫ বয়সত তেখেতৰ মৃত্যু হৈছিল।[2]

কফিল উদ্দিন ছোনাৰ
সাংসদ
নওগাঁ-৪
কাৰ্যকাল
১৯৮৮ – ১৯৯০
পূৰ্বসূৰী এমাজ উদ্দিন প্ৰামাণিক
উত্তৰসূৰী নাছিৰ উদ্দিন
ব্যক্তিগত তথ্য
জন্ম ১৯৪৩/৪৪
মৃত্যু ২৫ অক্টোবৰ ২০১৯ (বয়স ৭৫)
ৰাষ্ট্ৰীয়তা বাংলাদেশী
ৰাজনৈতিক দল জাতীয় পাৰ্টি
পেচা ৰাজনীতিবিদ

তথ্যসংগ্ৰহ সম্পাদনা কৰক