কবিশেখৰ ভট্টাচাৰ্য
কৱিশেখৰ ভট্টাচাৰ্য' (১৮ শতিকা) এগৰাকী কবি। চাৰু সিংহ আৰু প্ৰেমদাসুন্দৰীৰ আজ্ঞাক্ৰমে 'হৰি বংশৰ পদ' অনুবাদ কৰে। এই অনুবাদত কবিয়ে নিজা কল্পনাও সংমিশ্ৰণ কৰিছে।[1]
তথ্য সমল
সম্পাদনা কৰক- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭