নীলাধ্বজ (১৪৪০–১৪৬০ চনত ৰাজত্ব কৰিছিল) কামতা ৰাজ্যৰ এজন ৰজা আৰু খেন্‌ বংশৰ প্ৰতিষ্ঠাপক আছিল।[1] তেওঁ কামতাপুৰ চহৰৰ পৰা (বৰ্তমান গোসাঁনিমাৰী বুলি কোৱা হয়) ৰাজত্ব কৰিছিল আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ চক্ৰধ্বজে ৰাজত্ব কৰিছিল।[2]

নীলাধ্বজ
ৰজা

ৰাজত্ব ১৪৪০–১৪৬০
পূৰ্বসূৰী জোঙাল বলহু
উত্তৰসূৰী চক্ৰধ্বজ

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Sharma, Deba Brat (1995). Changing Cultural Mosaic of a Village in Assam. প্ৰকাশক Camrup: Punthi-Pusta. পৃষ্ঠা. 14. 
  2. Prakash, Ved (2007). Encyclopaedia of North-East India, Volume 1. প্ৰকাশক New Delhi: Atlantic Publishers. পৃষ্ঠা. 138.