কমলা চাৰিঙীয়া ফুকন (১৯ শতিকা) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সময়চোৱাত মণিৰাম দেৱানৰ লগত সংযোগ ৰাখিছিল। এই উদ্দেশ্যৰে কন্দৰ্পেশ্বৰ সিংহৰ গোপন মেলতো অংশগ্ৰহন কৰিছিল। ব্ৰিটিছৰ হাতত ধৰা পৰি চৈধ্য বছৰৰ বাবে কলীয়া-পানীলৈ নিৰ্বাসিত হয়।[1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৪