চিটি স্কেন বা কম্পিউটেড ট'ম'গ্ৰাফী স্কেন (ইংৰাজী: Computed tomography scan, সংক্ষেপে CT scan) হ'ল চিকিৎসা সেৱাৰ এক আধুনিক প্ৰযুক্তি যাৰ সহায়ত বিভিন্ন দুৰাৰোগ্য ৰোগৰ চিনাক্তকৰণ সম্ভৱ হয়।

চিটি স্কেন

আধুনিক চিটি স্কেনাৰ
অন্য নাম এক্স-ৰে চিটি (X-ray CT), কেট স্কেন (CAT scan),[1] কম্পিউটাৰ এইডেড ট'ম'গ্ৰাফী, কম্পিউটেড ট'ম'গ্ৰাফী স্কেন
ICD-10-PCS B?2
ICD-9-CM 88.38
MeSH D014057
OPS-301  কোড 3–20...3–26
MedlinePlus 003330

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "CT scan – Mayo Clinic". mayoclinic.org. http://www.mayoclinic.org/tests-procedures/ct-scan/basics/definition/prc-20014610। আহৰণ কৰা হৈছে: 20 October 2016. 

বাহ্যিক সংযোগ সম্পাদনা কৰক