কলা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
ৱিকিমিডিয়া দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা
কলা শব্দই তলৰ বিষয়বস্তুসমূহ বুজাব পাৰে:
- কলা (Art) বা শিল্প: মানৱ সৃজনশীলতাৰ ৰূপ।
- কলা (জীৱবিজ্ঞান) (Tissue): এক প্ৰকাৰৰ অথবা একাধিক ধৰনৰ কিছু কোষৰ সমষ্টি।
- কলা (Deaf): শ্ৰৱন বিসংগতি বা বধিৰতা থকা লোক।
- কলা: চন্দ্ৰৰ ষোল্ল ভাগৰ এভাগ।
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |