কাটালান ৱিকিপিডিয়া

ৱিকিপিডিয়াৰ কাটালান সংস্কৰণ

কাটালান ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ কাটালান সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 7,34,497 প্ৰবন্ধ আছে।

Favicon of Wikipedia কাটালান ৱিকিপিডিয়া
ইউ আৰ এল ca.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা কাটালান
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যা সম্পাদনা কৰক

২০২৩ চনত কাটালান ৱিকিপিডিয়াৰ ৭,৩৪,৪৯৭ টা প্ৰবন্ধ, ৪,৫৯,০০০ গৰাকী সম্পাদক, ২৯ গৰাকী প্ৰশাসক আৰু ১১,৫৪৭ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৩,২৩,৯১,৫৪৫।[1]

বাহ্যিক সংযোগ সম্পাদনা কৰক

কাটালান ৱিকিপিডিয়া

তথ্য সংগ্ৰহ সম্পাদনা কৰক