কান্দুৰা ডেকাফুকন (ইংৰাজী: Kandura Deka Phukan) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ আন এগৰাকী বিদ্ৰোহী নেতা গমধৰ কোঁ‌ৱৰৰ মুখ্য সহযোগী আছিল।[1] তেওঁ নিজকে ৰজা হিচাপে ঘোষণা কৰি কেঁ‌কোৰা দোলা, আৰোৱাণ আদি ব্যৱহাৰ কৰিছিল।[2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক