কামৰূপ একাডেমী

অসমৰ শিক্ষানুষ্ঠান

১৯৩৫ চনৰ ১৫ জুলাইত কামৰূপ একাডেমী স্থাপিত হৈছিল। বৃটিছ বিদ্যালয়ৰ প্ৰতিবাদ স্বৰূপে অসমৰ (উত্তৰ-পূবৰ) প্ৰথম স্বদেশী বিদ্যালয় হিচাপে কামৰূপ একাডেমী গঢ় লৈ উঠিছিল। প্ৰতিষ্ঠা কালত একাডেমী খনৰ সভাপতি আছিল ৰায় বাহাদুৰ কালিচৰণ সেনগুপ্ত আৰু সম্পাদক আছিল গৌৰীকান্ত তালুকদাৰ।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Kamrupacademy". https://schools.org.in/kamrup-metro/18271101138/kamrup-academy-hss.html। আহৰণ কৰা হৈছে: ১৫-০৬-২০২২.