কালবেলা (চলচ্চিত্ৰ)
কালবেলা হ'ল গৌতম ঘোষ পৰিচালিত আৰু ২০০৯ চনত নিৰ্মিত বাংলা ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। পৰমব্ৰত চট্টোপাধ্যায়, পাওলি দাম, সন্তু মুখোপাধ্যায়, সুনীল মুখোপাধ্যায়, সৌমিত্ৰ চট্টোপাধ্যায়ে এই বোলছবিখনত অভিনয় কৰিছিল। নক্সাল আন্দোলনৰ পটভূমিত সমৰেশ মজুমদাৰ ৰচিত উপন্যাস কালবেলাৰ আধাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল। [1] [2][3]
কালবেলা | |
---|---|
চিত্ৰ:কালবেলা চলচ্চিত্ৰৰ পোষ্টাৰ.jpg কালবেলা বোলছবিৰ পোষ্টাৰ | |
পৰিচালক | গৌতম ঘোষ |
ৰচনা | সমৰেশ মজুমদাৰ |
প্ৰযোজক | দূৰদৰ্শন প্ৰসাৰ ভাৰতী |
অভিনয়ত | পৰমব্ৰত চট্টোপাধ্যায় পাওলি দাম সন্তু মুখোপাধ্যায় সৌমিত্ৰ চট্টোপাধ্যায় |
চিত্ৰগ্ৰহণকাৰী | বিজয় আনন্দ গৌতম ঘোষ |
সম্পাদনা | শুভ্ৰ ৰায় |
সংগীত পৰিচালক | গৌতম ঘোষ |
পৰিবেশক | এনএফডিসি |
মুক্তি |
১৬ জানুয়াৰী, ২০০৯ |
দেশ | ভাৰত |
ভাষা | বাংলা |
অভিনয়-শিল্পীসকল
সম্পাদনা কৰক- পৰমব্ৰত চট্টোপাধ্যায় - অনিমেষ মিত্ৰ
- পাওলি দাম - মাধৱীলতা
- সন্তু মুখোপাধ্যায় - মহিতোষ মিত্ৰ, অনিমেষৰ দেউতাক
- সৌমিত্ৰ চট্টোপাধ্যায় - সৰিতশেখৰ মিত্ৰ, অনিমেষৰ ককাক
- ৰুদ্ৰনীল ঘোষ - ত্ৰিদীৱ
- ব্ৰাত্য বসু - ৰমেন
- শান্তিলাল মুখাৰ্জী - সুভাষ সেন
- মৌসুমী সাহা - অনিমেষৰ মাহীমাক
- পাৰ্থ ব্যানাৰ্জী
- আনন্দী ঘোষ - নীলা
- অনিৰ্বাণ গুহ
- ছন্দা চ্যাটাৰ্জী
- শৰণ দত্ত
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Kaalbela:A time for love - ScreenIndia.Com". www.screenindia.com. Archived from the original on 2009-02-01. https://web.archive.org/web/20090201235739/http://www.screenindia.com/news/kaalbelaa-time-for-love/415712। আহৰণ কৰা হৈছে: 2009-01-30.
- ↑ "'Kalbela', Naxalbari and Radical Political Cinema". kafila.online. http://kafila.online/2007/07/31/%E2%80%98kalbela%E2%80%99-naxalbari-and-radical-political-cinema/। আহৰণ কৰা হৈছে: 2009-01-30.
- ↑ "KAALBELA MOVIE REVIEW". https://timesofindia.indiatimes.com/entertainment/bengali/movie-reviews/kaalbela/movie-review/4017033.cms। আহৰণ কৰা হৈছে: 14 November 2024.