কালাদান মাল্টি ম'ডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট

কালাদান মাল্টি ম'ডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট হৈছে এটা প্ৰায় ৪৮৪ মিলিয়ন ডলাৰৰ[1] প্ৰকল্প যিটোৱে ভাৰতৰ কলিকতা বন্দৰৰ লগত ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ ছিত্তেৰ লগত সংযোগ কৰিছে। তাৰ পাছত ম্যানমাৰৰ ছিত্তেৰ পৰা চিন ৰাজ্যৰ পালেট্‌ৱা লগত কালাদান নদীৰ যোগেদি সংযোগ কৰা হৈছে। পালেট্‌ৱাৰ পৰা স্থলপথেৰে ভাৰতৰ মিজোৰাম ৰাজ্য সংযোগ কৰা হৈছে।

পৰিবহণ প্ৰকল্পটোৰ পথটো

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Road to Mandalay Indian Express, June 2018.