কাৰ্বন-১২ (ইংৰাজী: Carbon-12) হৈছে কাৰ্বনৰ সুস্থিৰ আইছ'টপবোৰৰ ভিতৰত সকলোতকৈ বেছিকৈ উপলব্ধ আইছ'টপ। ইয়াৰ উপলব্ধতা হৈছে প্ৰায় ৯৮.৯৩%;[1] নক্ষত্ৰত হোৱা ত্ৰি-আলফা পক্ৰিয়াৰ ফলত ইয়াৰ সৃষ্টি হয়। কাৰ্বন-১২ সুনিৰ্দিষ্টৰূপে গুৰুত্বপূৰ্ণ, কাৰণ আনৱিক ভৰৰ সকলো নিউক্লিড পৰিমাপনৰ বাবে ইয়াক আদৰ্শ হিচাপে গণ্য কৰা হয়: ইয়াৰ ভৰ সংখ্যা হৈছে ১২ আৰু ইয়াৰ ৬টা প্ৰ'টন, ৬টা নিউট্ৰ'ন আৰু ৬টা ইলেক্ট'ন থাকে।

কাৰ্বন-১২, ১২C
সাধাৰণ
চিহ্ন ১২C
নাম কাৰ্বন-১২, C-১২
প্ৰ'টন
নিউট্ৰন
নিউক্লাইড তথ্য
প্ৰাকৃতিক প্ৰাচুৰ্য ৯৮.৯৩%
পিতৃ আইছ'ট'প ১২N
১২B
আইছ'ট'প ভৰ ১২ u
স্পিন
অতিৰিক্ত শক্তি ০± ০ keV
বন্ধন শক্তি ৯২১৬১.৭৫৩± ০.০১৪ keV
Isotopes of কাৰ্বন
নিউক্লাডৰ সম্পূৰ্ণ সাৰণী

তথ্য সংগ্ৰহ সম্পাদনা কৰক