কুলূঈ

এক পশ্চিমীয়া পাহাড়ী ভাষা

কুলূঈ বা কুলৱী (টাকৰী লিপিত: 𑚊𑚰𑚥𑚷𑚱𑚃/𑚊𑚰𑚥𑚷𑚱𑚦𑚯) এটি পশ্চিমীয়া পাহাড়ী ভাষা যি ভাৰতহিমাচল প্ৰদেশ ৰাজ্যত ঘাইকৈ ব্যৱহাৰ কৰা হয়।

ধ্বনিতত্ত্ব

সম্পাদনা কৰক

ব্যঞ্জনধ্বনি[1][2][3]

সম্পাদনা কৰক
বাইলেবিয়েল ডেণ্টেল এল্ভিয়'লাৰ ৰেট্ৰোফ্লেক্স পেলেটেল ভেলাৰ ফেৰিঞ্জিয়েল গ্লটেল
প্ল'চিভ p
b

t̪ʰ

d̪ʱ
ʈ
ʈʰ
ɖ
ɖʱ
k
ɡ
ɡʱ
ʔ
এফ্ৰিকে'ট ts
tsʰ
dz
dzʱ
c͡ç
c͡çʰ
ɟ͡ʝ
ɟ͡ʝʱ
ফ্ৰিকেটিভ s লিপিবদ্ধ ħ ɦ
নেজেল m ɳ ɲ ŋ
ট্ৰিল/ ফ্লেপ r ɽ
লেটাৰেল l ɭ
এপ্ৰক্ৰিমেণ্ট j
Kullui
𑚊𑚰𑚥𑚷𑚱𑚃, कुळूई, kuḷūī
 
Kuḷūī written in Takri Script
থলুৱা অঞ্চল India
অঞ্চল Himachal Pradesh
স্থানীয় ভাষিক
196,295 (2011)[4]
ভাষা পৰিয়াল
লিখন প্ৰণালী Takri, Devanagari
ভাষা সংকেত
ISO 639-3 kfx
গ্লোটোলগ kull1236[5]
এই প্ৰবন্ধত IPA-ৰ ধ্বনি চিহ্নসমূহ আছে। কোনো সঠিক সহায় নললে আপুনি ধ্বনি চিহ্নসমূহৰ সলনি প্ৰশ্নবোধক চিন বা বাকচ বা আন চিহ্ন দেখা পাব পাৰে।

এই ভাষা টাকৰী লিপিত লিখা হয়।

 
কুলূঈ ভাষাত লিখা লেখ (টাকৰী লিপি ব্যৱহাৰ কৰি)

কুলূঈ ভাষাক অনেকে পাহাড়ী বা হিমাচলীও আখ্যা দিয়ে। এই ভাষাৰ কোনো আনুষ্ঠানিক স্বীকৃতি নাই। ইউনেস্ক'ই এই ভাষাক 'নিশ্চিতভাৱে লুপ্তপ্ৰায়' ভাষাৰ তালিকাত ৰাখিছে, যাৰ অৰ্থ হ'ল, কুলূঈ শিশুৱে এই ভাষাক মাতৃভাষা হিচাপে নিশিকা হৈছে।[6]

  1. Thakur 1975.
  2. Thakur 1975, পৃষ্ঠা. 180.
  3. Thakur 1975, পৃষ্ঠা. 181.
  4. "Statement 1: Abstract of speakers' strength of languages and mother tongues - 2011". Office of the Registrar General & Census Commissioner, Indiawww.censusindia.gov.in. http://www.censusindia.gov.in/2011Census/Language_MTs.html। আহৰণ কৰা হৈছে: 2018-07-07. 
  5. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Kullu Pahari". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/kull1236. 
  6. "Endangered languages". https://www.theguardian.com/news/datablog/2011/apr/15/language-extinct-endangered. 

গ্ৰন্থৰ তালিকা

সম্পাদনা কৰক
  • , 1975