কেলকুলেটৰ
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে । আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
এটা ইলেক্ট্ৰনিক কেলকুলেটৰ হৈছে এটা লৈ ফুৰিব পৰা যন্ত্ৰ যাৰ সহায়ত গণনা কৰিব পাৰি সাধাৰণ পাটীগণিতৰ পাৰা জটিল গণিতলৈকে।
প্ৰথম আৰ্দ্ধপৰিবাহী ব্যৱহাৰ কৰা ইলেক্ট্ৰনিক কেলকুলেটৰ উদ্ভাৱন কৰা হৈছিল ১৯৬০ চনত। পকেটত লৈ ফুৰিব পৰা কেলকুলেটৰ আৰম্ভ হয় ১৯৭০ চনৰ পৰা।
গঠনসম্পাদনা কৰক
ইনপুটসম্পাদনা কৰক
ইলেক্ট্ৰনিক কেলকুলেটৰত কী-বৰ্ড থাকে য'ত বিভিন্ন সংখ্যা আৰু গাণিতিক অপাৰেচনৰ বুটাম থাকে। সাধাৰণতে এটা নিৰ্দিষ্ট বুটামৰ দ্বাৰা এক নিৰ্দিষ্ট কাম হে কৰিব পাৰি কিন্তু কিছুমান কেলকুলেটৰত বহুত কাম কৰিব পাৰি এটা বুটামেৰে।
আউটপুটসম্পাদনা কৰক
কেলকুলেটৰত সাধাৰণতে তৰল স্ফটিক পৰ্দাৰ দৃশ্যপট থাকে।