কেশৱ মহাৰাজ

ভাৰতীয় মূলৰ দক্ষিণ আফ্ৰিকান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ


কেশৱ আত্মানন্দ মহাৰাজ ( ইংৰাজী : Keshav Atmananda Maharaj ; জন্ম: ৭ ফেব্ৰুৱাৰী, ১৯৯০) ডাৰবানত জন্মগ্ৰহণ কৰা এজন ভাৰতীয় মূলৰ দক্ষিণ আফ্ৰিকান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ । তেওঁ দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ অন্যতম সদস্য ৷ ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত কোৱাজুলু-নাটাল আৰু ডলফিনক প্ৰতিনিধিত্ব কৰে। তেওঁ মূলতঃ অল ৰাউণ্ডাৰ হিচাপে খেলে। কেশৱ মহাৰাজে সোঁহতীয়া বেটিং কৰাৰ লগতে লেহেমীয়া বাওঁহতীয়া গতানুগতিক বল কৰে।

কেশৱ মহাৰাজ
{{{imagealt}}}
২০১৯ চনত
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম কেশৱ আত্মানন্দ মহাৰাজ
জন্ম ০৭ ফেব্ৰুৱাৰী, ১৯৯০ (৩৪ বছৰ)
ডাৰবান, দক্ষিণ আফ্ৰিকা
বেটিং শৈলী সোঁহতীয়া
বলিং শৈলী Slow left-arm orthodox
ভূমিকা বলাৰ
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল দক্ষিণ আফ্ৰিকা
টেষ্ট অভিষেক (কেপ ৩২৭) ৩ নৱেম্বৰ ২০১৬ বনাম অষ্ট্ৰেলিয়া
অন্তিম টেষ্ট ৮ মাৰ্চ ২০২৩ বনাম ৱেষ্ট ইণ্ডিজ
অ'ডিআই অভিষেক (কেপ ১২০) ২৭ মে' ২০১৭ বনাম ইংলেণ্ড
অন্তিম অ'ডিআই ৫ নৱেম্বৰ ২০২৩ v ভাৰত
অ'ডিআই চোলা নং. ১৬
টি২০ অভিষেক (কেপ ৯৪) ১০ ছেপ্টেম্বৰ ২০২১ বনাম শ্ৰীলংকা
অন্তিম আন্তৰ্জাতিক টি২০ ৩ ছেপ্টেম্বৰ ২০২৩ বনাম অষ্ট্ৰেলিয়া
টি২০ চোলা নং. ১৬
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা Test ODI T20I FC
মুঠ খেল ৪৯ ৩৮ ২৬ ১৫৫
ৰাণ ১,১৩০ ২০৯ ৭৮ ৩,৯৫৬
বেটিং গড় ১৫.৭০ ১৪.৯২ ১৫.৬০ ২০.২২
শতক/অৰ্ধশতক ০/৫ ০/০ ০/০ ২/১৭
সৰ্বোচ্চ ৰাণ ৮৪ ৪০ ৪১ ১১৪*
বল ৯,৫৭৫ ১,৮৯৮ ৫২১ ৩১,৭৬৬
উইকেট ১৫৮ ৪৮ ২২ ৫৮৬
বলিং গড় ৩২.০০ ৩১.২৫ ২৯.৩১ ২৭.০৪
এটা ইনিংছত ৫টা উইকেট ৩৭
এখন খেলত ১০টা উইকেট
শ্ৰেষ্ঠ বলিং ৯/১২৯ ৪/৩৩ ২/২১ ৯/১২৯
কেচ্চ/ষ্টাম্পিং ১৬/– ৯/– ১২/– ৫৮/–
উৎস: http://www.espncricinfo.com/southafrica/content/player/267724.html Cricinfo, ১ নৱেম্বৰ, ২০২৩ {{{year}}}