কোচ ভাষা

অসমৰ এটা ভাষা
(কোঁচ ভাষাৰ পৰা পুনঃনিৰ্দেশিত)

কোচ (ইংৰাজী: Koch language) হৈছে ভাৰত আৰু বাংলাদেশকোচ লোকসকলে কোৱা এটা তিব্বত-বৰ্মী ভাষা। ভাৰতৰ কোচসকলে মেঘালয়, অসম আৰু উত্তৰ বংগৰ কিছুমান অঞ্চলত তথা বাংলাদেশৰ কোচসকলে বৃহত্তৰ মৈমনসিং জিলাৰ শ্বেৰপুৰ, নেত্ৰকোনা, কিশোৰগঞ্জ, গাজীপুৰ আৰু বৰেন্দ্ৰ অঞ্চলৰ পাবনা, বগৰা, ৰাজশাহী, মালদাহ, ৰংপুৰ, দিনাজপুৰ, জয়পুৰহাট আৰু নাওগাঁও জিলাত বাস কৰে। কোচসকলৰ নিজস্ব ভাষা আছে যদিও নিজস্ব বৰ্ণমালা নাই। এই ভাষাটোৰ প্ৰচলন এতিয়া প্ৰায় নাই বুলিব পাৰি।

কোচ
থলুৱা অঞ্চল ভাৰত আৰু বাংলাদেশ
স্থানীয় ভাষিক
e18
ca. 35,000
ভাষা পৰিয়াল
ভাষা সংকেত
ISO 639-3 kdq
গ্লোটোলগ koch1250[1]

ভৌগোলিক বিতৰণ সম্পাদনা কৰক

তলৰ অঞ্চলসমুহত কোচ ভাষা কোৱা হয়:

তথ্য সূত্ৰ সম্পাদনা কৰক

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Koch". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/koch1250.