ক্ৰ'ৱেচীয় ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ ক্ৰ'ৱেচীয় সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ২,২২,৩৭১ প্ৰবন্ধ আছে।

Favicon of Wikipedia ক্ৰ'ৱেচীয় ৱিকিপিডিয়া
Wikipedia-logo-v2-hr.svg
ইউ আৰ এল hr.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বিজ্ঞাপন নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা ক্ৰ'ৱেচীয়
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যাসম্পাদনা কৰক

২০২০ চনত ক্ৰ'ৱেচীয় ৱিকিপিডিয়াৰ ২,২২,৩৭১টা প্ৰবন্ধ, ২,৪৪,০০০ গৰাকী সম্পাদক, ১৭ গৰাকী প্ৰশাসক আৰু ১৯,৪৯২টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৫৬,২০,৫৯১।[1]

বাহ্যিক সংযোগসম্পাদনা কৰক

ক্ৰ'ৱেচীয় ৱিকিপিডিয়া

তথ্য সংগ্ৰহসম্পাদনা কৰক