কবিৰাজ সূৰ্যবিপ্ৰ

(কৱিৰাজ সূৰ্যবিপ্ৰৰ পৰা পুনঃনিৰ্দেশিত)

কৱিৰাজ সূৰ্যবিপ্ৰ (আনু. ১৭ শতিকা) দৰং ৰাজ্যৰ চপৰা অঞ্চলৰ এগৰাকী কবি। ভিক্ষাবৃত্তিৰে জীৱন নিৰ্বাহ কৰা এই গৰাকী কবিয়ে 'শিয়ালী বৈষ্ণৱৰ চৰিত' নামে এখন পদপুথিৰ ৰচনা কৰিছিল।[1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭