ক’লাশিব জিলা

ভাৰতৰ মিজোৰাম ৰাজ্যৰ এক জিলা


উত্তৰ-পূব ভাৰতৰ মিজোৰাম ৰাজ্যৰ আঠটা জিলাৰ ভিতৰত ক’লাশিব জিলা অন্যতম৷ জিলাখনৰ সদৰ ক’লাশিব চহৰত অবস্থিত৷ এই জিলাখন আয়তনৰ হিচাপত মিজোৰামৰ সকলোতকৈ সৰু জিলা৷

ক’লাশিব জিলা
—  মিজোৰামৰ জিলা  —
মিজোৰামত ক’লাশিব জিলাৰ অৱস্থান
মিজোৰামত ক’লাশিব জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মিজোৰাম
Established
চহৰ ক’লাশিব
মাটিকালি
 - মুঠ ১,৩৮২.৫১ কি.মি. 
(৫৩৩.৮ বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ ৮৩,৯৫৫ জন
 - জনঘনত্ব ৬০.৭ প্ৰতি বৰ্গ কি.মি. 
(১৫৭.৩ প্ৰতি বৰ্গ মাইল)
Demographics
 - সাক্ষৰতা 93.50%[1]
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+০৫:৩০)
ৱেবছাইট kolasib.nic.in

তথ্য সংগ্ৰহ সম্পাদনা কৰক