খাৰুপেটীয়া (IPA: ˌkɑːrʊˈpiːtɪə)(ইংৰাজী: Kharupetia) অসমদৰং জিলাত অৱস্থিত এখন নগৰ। এই অঞ্চলটো মঙলদৈ আৰু গুৱাহাটীৰ পৰা ক্ৰমে ১৭ কিমি আৰু ৮৭ কিমি দুৰত্বত অৱস্থিত। এই অঞ্চলটোৰ মাজেৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে।

খাৰুপেটীয়া
—  নগৰ  —
খাৰুপেটীয়া is located in Assam
খাৰুপেটীয়া
ভাৰতঅসমত খাৰুপেটীয়াৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°31′N 92°08′E / 26.52°N 92.13°E / 26.52; 92.13স্থানাংক: 26°31′N 92°08′E / 26.52°N 92.13°E / 26.52; 92.13
দেশ  ভাৰত
ৰাজ্য অসম
জিলা দৰং জিলা
উচ্চতা ৩৭ মিটাৰ (১২১.৩৯ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১৭,৭৮৩ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 784115

ভৌগোলিক অৱস্থান সম্পাদনা কৰক

খাৰুপেটীয়াৰ ভৌগোলিক অৱস্থান 26°31′N 92°08′E / 26.52°N 92.13°E / 26.52; 92.13.[1] সাগৰপৃষ্ঠৰ পৰা এই অঞ্চলৰ গড় উচ্চতা প্ৰায় ৩৭ মিটাৰ ( ১২১ ফুট)। খাৰুপেটীয়াৰ পৰা নিকটতম ৰে'লৱে ষ্টেচন গুৱাহাটী।

আন্তঃগাঁথনি সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] খাৰুপেটীয়াৰ জনসংখ্যা ১৭,৭৮৪ জন। ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। এই অঞ্চলৰ গড় সাক্ষৰতাৰ হাৰ ৭৩%, ইয়াৰে পুৰুষ আৰু মহিলাৰ পৃথকভাৱে সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৭৮% আৰু ৬৮%। খাৰুপেটীয়াৰ মুঠ জনসংখ্যাৰ ১২% ৰ বয়স ছয় বছৰৰ অনুৰ্ধৰ।

শিক্ষা সম্পাদনা কৰক

বিদ্যালয়-

  • খাৰুপেটীয়া উচ্চ মাধ্যমিক বিদ্যালয়
  • শৈলবালা উচ্চ মাধ্যমিক বিদ্যালয়
  • খাৰুপেটীয়া বালিকা উচ্চ মাধ্যমিক বিদ্যালয়
  • ৰয়েল একাডেমী খাৰুপেটীয়া

মহাবিদ্যালয়-

  • খাৰুপেটীয়া মহাবিদ্যালয়
  • আজমল মহাবিদ্যালয়
  • ইউনাইটেড ষ্টাৰচ্ একাডেমী
  • মহাম্মদ আলী মধ্য-ইংৰাজী বিদ্যালয়
  • নৱৰত্ন জাতীয় বিদ্যালয়
  • মহাম্মদ আলী উচ্চমাধ্যমিক বিদ্যালয়
  • জোনাকী জাতীয় বিদ্যালয়

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Falling Rain Genomics, Inc - Kharupetia[সংযোগবিহীন উৎস]
  2. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.