খোচা ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ খোচা সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ১,৪০৯ প্ৰবন্ধ আছে।

Favicon of Wikipedia খোচা ৱিকিপিডিয়া
ইউ আৰ এল xh.wikipedia.org
শ্লোগান মুক্ত বিশ্বকোষ
বাণিজ্যক নহয়
প্ৰকাৰ ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প
পঞ্জীয়ন বৈকল্পিক
ভাষা খোচা ভাষা
স্বত্বাধিকাৰী ৱিকিমিডিয়া ফাউণ্ডেশ্যন

পৰিসংখ্যা সম্পাদনা কৰক

২০২৩ চনত খোচা ৱিকিপিডিয়াৰ ১,৪০৯টা প্ৰবন্ধ, ১৩,০০০ গৰাকী সম্পাদক, ১ গৰাকী প্ৰশাসক আৰু ০টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৩৫,০৮৯।[1]

বাহ্যিক সংযোগ সম্পাদনা কৰক

খোচা ৱিকিপিডিয়া

তথ্য সংগ্ৰহ সম্পাদনা কৰক