খোৱাই নদী

বাংলাদেশৰ নদী

খুৱাই নদী (ইংৰাজী: Khowai River) হৈছে ভাৰতবৰ্ষত্ৰিপুৰা ৰাজ্য আৰু বাংলাদেশৰ এখন নদী। আথাৰামুৰা পৰ্বতৰ উত্তৰ অংশত এই নদীখনৰ উৎপত্তি হৈছে। এই নদীখন পশ্চিম আৰু উত্তৰলৈ বৈ গৈ বাংলাদেশছিলেট জিলাত প্ৰৱেশ কৰিছে। তাৰ পিছত পূব দিশে বৈ গৈ মেঘনা নদীৰ লগত মিলি গৈছে। [1]

খুৱাই নদী
দেশসমূহ  ভাৰত,  বাংলাদেশ
প্ৰদেশ ত্ৰিপুৰা
উৎস আথাৰামুৰা পৰ্বতৰ উত্তৰ অংশ
 - অৱস্থান ত্ৰিপুৰা, ভাৰত

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Khowai River". Trans-boundary rivers between Bangladesh and India. Ecosystems for Life: A Bangladesh-India Initiative. http://www.iucne4l.byethost24.com/river_description.php?id=61। আহৰণ কৰা হৈছে: 2011-12-16. 

স্থানাংক: 24°23′N 91°25′E / 24.383°N 91.417°E / 24.383; 91.417