গংগাৰাম দাস (১৮ শতিকা) সীতাৰ বনবাস' নামৰ পদপুথিখনৰ ৰচক আছিল। তেওঁৰ ৰচিত আন এখন পুথি আছিল ‘সীতাৰ পাতাল গমন’ [1]


তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৬