গজনাৰায়ণ(১৬-১৭ শতিকা) আহোম ৰাজ্যৰ এজন অধীনস্থ গুৱাহাটীৰ বেলতলা অঞ্চলৰ শাসনকৰ্তা আছিল। তেওঁৰ পিতৃৰ নাম আছিল ৰঘুদেৱ।[1]

তথ্য সমলসম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৭