গণেশচন্দ্ৰ(১৯ শতিকা)ৰ ঘৰ আছিল নেঘেৰিটিং অঞ্চলত। ১৮৫৭ চনৰ ব্ৰিটিছ বিৰোধী আন্দোলনত মণিৰাম দেৱানক সহায় কৰাৰ অপৰাধত তেওঁক তিনিবছৰ কাৰাদণ্ড বিহা হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল আদিৰাম। আদিৰাম মণিৰাম দেৱানৰ মাকৰ ফালৰ সম্বন্ধীয় আছিল [1]

তথ্য সমল সম্পাদনা কৰক

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৮