গুৱাৰাণী ৱিকিপিডিয়া
ৱিকিপিডিয়াৰ গুৱাৰাণী ভাষাৰ সংস্কৰণ
গুৱাৰাণী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ গুৱাৰাণী সংস্কৰণ। এই সংস্কৰণ আৰম্ভ হয় ২০০৫ চনত। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান ৫,৮৬৫ টা প্ৰবন্ধ আছে।[1]
Screenshot | |
Type of site |
ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
---|---|
Available in | গুৱাৰাণী |
Owner | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
URL | gn.wikipedia.org |
Commercial | নহয় |
Registration | বৈকল্পিক |
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ "Wikistats - Statistics For Wikimedia Projects". stats.wikimedia.org. https://stats.wikimedia.org/#/gn.wikipedia.org। আহৰণ কৰা হৈছে: 2023-06-22.