গেছ ধ্ৰুৱক
R ৰ মান [1] |
একক (V P T −1 n−1) |
---|---|
8.314 4598(48) | J K−1 mol−1 |
8.314462618... | kJ K−1 kmol−1 |
8.314462618...×107 | erg K−1 mol−1 |
8.314462618...×10−3 | amu (km/s)2 K−1 |
8.314462618... | L kPa K−1 mol−1 |
8.314462618...×103 | cm3 kPa K−1 mol−1 |
8.314462618... | m3 Pa K−1 mol−1 |
8.314462618... | cm3 MPa K−1 mol−1 |
8.314462618...×10−5 | m3 bar K−1 mol−1 |
8.314462618...×10−2 | L bar K−1 mol−1 |
62.363577(36) | L Torr K−1 mol−1 |
1.9872036(11)×10−3 | kcal K−1 mol−1 |
0.082057338(47) | L atm K−1 mol−1 |
82.057338(47) | cm3 atm K−1 mol−1 |
গেছ ধ্ৰুৱক (মলাৰ, বিশ্বজনীন, বা আদৰ্শ গেছ ধ্ৰুৱক বুলিও জনা যায়।) হ'ল এটা ভৌতিক ধ্ৰুৱক। ইয়াক পদাৰ্থ বিজ্ঞানৰ বিভিন্ন মৌলিক সমীকৰণত ব্যৱহাৰ কৰা হয়; যেনে - আদৰ্শ গেছ সমীকৰণ আৰু নাৰ্নষ্ট সমীকৰণ। গেছ ধ্ৰুৱক বল্টজমেন ধ্ৰুৱকৰ সমতুল্য। এই ধ্ৰুৱকটো বয়লৰ সূত্ৰ, চাৰ্লচৰ সূত্ৰ, এভ'গেড্ৰ'ৰ সূত্ৰ আৰু গে'-লুছাকৰ সূত্ৰৰ ধ্ৰুৱকবোৰৰ সমন্বয়। গেছ ধ্ৰুৱকক R বা R) চিহ্নৰে সূচোৱা হয়।
মাত্ৰা
সম্পাদনা কৰকআদৰ্শ গেছ সমীকৰণ PV = nRTৰ পৰা পাওঁ:
য'ত P চাপ, V আয়তন, n ম'ল সংখ্যা, আৰু T উষ্ণতা।
যিহেতু চাপ হৈছে প্ৰতি একক কালিত বলৰ মান, গতিকে গেছ সমীকৰণটো তলত দিয়া ধৰণে লিখিব পৰা যাব:
কালি আৰু আয়তন হৈছে ক্ৰমে (length)2 আৰু (length)3 । গতিকে:
যিহেতু বল × দীঘ = কাৰ্য:
আকৌ, আমি জানোঁ,
গতিকে R ক আমি তলত দিয়া ধৰণে লিখিব পাৰোঁ:
গতিকে, এছ আই এককত:
- R = 8.314462618... kg⋅m2⋅s−2⋅K−1⋅mol−1
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ "2018 CODATA Value: molar gas constant". The NIST Reference on Constants, Units, and Uncertainty. NIST. 20 May 2019. http://physics.nist.gov/cgi-bin/cuu/Value?r। আহৰণ কৰা হৈছে: 2019-05-20.