গেদগেদী মাছ
মাছৰ প্রজাতি
গেদগেদী বা মাটি কাৱৈ (বৈজ্ঞানিক নাম: Nandus nandus), (ইংৰাজী: Gangetic leaffish) হৈছে দক্ষিণ এছিয়া আৰু ইণ্ডোচাইনাৰ স্থানীয় মাছৰ এবিধ প্ৰজাতি। পুখুৰী, হ্ৰদ, খাল, প্লাৱিত অঞ্চল আদিকে ধৰি ধীৰ গতিৰ বা স্থবিৰ হৈ থকা পানীত ইহঁতক সাধাৰণতে দেখা যায়। এই প্ৰজাতিৰ আন সাধাৰণ নামসমূহ হ'ল মোটল্ড নন্দুছ (ইংৰাজী: Mottled nandus) আৰু মাড পাৰ্চ (ইংৰাজী: Mud perch)। এই মাছবিধ বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ আৰু খাদ্য হিচাপে ইয়াৰ মূল্য অতিশয় বেছি। একুৰিয়ামৰ ব্যৱসায়ৰ বাবেও গেদগেদী মাছ ধৰা হয়।[1][3]
গেদগেদী মাছ | |
---|---|
অসমত ধৰা এটা গেদগেদী মাছ | |
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Nandus |
প্ৰজাতি: | N. nandus |
দ্বৈৰাশিক নামকৰণ | |
Nandus nandus (Hamilton, 1822) | |
সমাৰ্থক[2] | |
|
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ 1.0 1.1 Ng, H.H. (2010). Nandus nandus. 2010. p. e.T166429A6207296. doi:10.2305/IUCN.UK.2010-4.RLTS.T166429A6207296.en.
- ↑ N. Bailly (2014). "Nandus nandus (Hamilton, 1822)". FishBase. World Register of Marine Species. https://www.marinespecies.org/aphia.php?p=taxdetails&id=281633। আহৰণ কৰা হৈছে: 22 January 2015.
- ↑ R. Froese; D. Pauly, eds (2014). "Nandus nandus (Hamilton, 1822)". FishBase. Archived from the original on 22 January 2015. https://web.archive.org/web/20150122091442/http://fishbase.sinica.edu.tw/summary/10260। আহৰণ কৰা হৈছে: 22 January 2015.