জোনাছ ফাৰ্ডিনাণ্ড গেব্ৰিয়েল লিপমেন (ইংৰাজী: Jonas Ferdinand Gabriel Lippmann)[2] (১৬ আগষ্ট ১৮৪৫ – ১৩ জুলাই ১৯২১) এজন ফ্ৰাঙ্কো-লাক্সেমবাৰ্গৰ পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক আছিল। তেওঁ হস্তক্ষেপৰ ঘটনাৰ ওপৰত আধাৰ কৰি ফটোগ্ৰাফিকভাৱে ৰং পুনৰ প্ৰস্তুত কৰাৰ পদ্ধতিৰ বাবে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা জয় কৰিছিল।[3]

গেব্ৰিয়েল লিপমেন

জন্ম জোনাছ ফাৰ্ডিনাণ্ড গেব্ৰিয়েল লিপমেন
১৬ আগষ্ট, ১৮৪৫
ব'নভেগ, লাক্সেমবাৰ্গ
মৃত্যু ১৩ জুলাই, ১৯২১ (৭৫ বছৰ)
এছএছ ফ্ৰান্স, আটলাণ্টিক মহাসাগৰ
জাতীয়তা ফ্ৰান্স
ক্ষেত্ৰ পদাৰ্থবিজ্ঞান
কৰ্মস্থান ছৰব'ন
শিক্ষানুষ্ঠান নিকল নৰ্মেল চুপেৰিয়াৰ
ডক্তৰেল পৰামৰ্শদাতা গুস্তাভ কিৰচ্চফ
আন শৈক্ষিক পৰামৰ্শদাতা হৰমন ভন হেলহল্টজ[1]
ডক্তৰেল বিদ্যাৰ্থী মেৰী কুৰি
জনা যায় লিপমেন ৰঙীণ ফটোগ্ৰাফী
৩-ডি ফটোগ্ৰাফী
লিপমেন ইলেক্ট্ৰ'মিটাৰ
উল্লেখনীয় বঁটা পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা (১৯০৮)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Gabriel Lippmann". Mathematics Genealogy Project. http://genealogy.math.ndsu.nodak.edu/id.php?id=177513। আহৰণ কৰা হৈছে: 31 August 2015. 
  2. Birth certificate, cf. R. Grégorius (1984): Gabriel Lippmann. Notice biographique. In: Inauguration d'une plaque à la mémoire de Gabriel Lippmann par le Centre culturel et d'éducation populaire de Bonnevoie et la Section des sciences de l'Institut grand-ducal. Bonnevoie, le 13 avril 1984: 8–20.
  3. "Gabriel Lippmann | French physicist". https://www.britannica.com/biography/Gabriel-Lippmann#ref78915.