গোপাল মিশ্ৰ (ইংৰাজী: Gopal Mishra) হৈছে এগৰাকী দামোদৰৰ শিষ্য আৰু খুদীয়া সত্ৰৰ পৰিতিষ্টাতা। গোপাল মিশ্ৰৰ উপাধি কবিৰত্ন আছিল। তেখেতে কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল। ইয়াৰ উপৰিও পুৰাণ, গীত, সংহতি, আদিৰ পৰা বিষয় সংগ্ৰহ কৰি ভক্তি, শৰণ, ভজন আদিৰ মাহাত্ম্য আৰু উপযোগিতা বৰ্ণনা কৰা হৈছে। [1]

জন্ম সম্পাদনা কৰক

খ্ৰীষ্টীয় ষোড়শ শতাব্দীৰ মাজভাগত গোপাল মিশ্ৰৰ জন্ম হয়। [2]

সাহিত্যৰাজি সম্পাদনা কৰক

গ্ৰন্থ সম্পাদনা কৰক

  • ঘোষাৰত্ন (১৬০০)
  • শঙ্খচূড়-বধ ( এতিয়ালৈকে আবিষ্কৃত হোৱা নাই)
  • মহিষাসুৰ-বধ ( এতিয়ালৈকে আবিষ্কৃত হোৱা নাই)[3]

মৃত্যু সম্পাদনা কৰক

গোপাল মিশ্ৰ মৃত্যু বিষয়ে সঠিক সংবাদ পোৱা নাযায় তেখেত সপ্তদশ শতিকাৰ প্ৰথম ভাগলৈকে জীৱিত আছিল বুলি অনুমান কৰা হয়।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. অসমীয়া সমীক্ষাত্মক ইতিবৃত্ত, সম্পা-সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮, পৃষ্ঠা নং ১৬৯
  2. অসমীয়া সমীক্ষাত্মক ইতিবৃত্ত, সম্পা-সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮, পৃষ্ঠা নং ১৬৯
  3. অসমীয়া সমীক্ষাত্মক ইতিবৃত্ত, সম্পা-সত্যেন্দ্ৰনাথ শৰ্মা, দশম সংস্কৰণ ২০১৮, পৃষ্ঠা নং ১৬৯