গ্ল'বেল টাইমছ
গ্ল'বেল টাইমছ (simplified Chinese: 环球时报; traditional Chinese: 環球時報; pinyin: Huánqiú Shíbào) এক দৈনিক বাতৰি কাকত, পিপলছ ডেইলিৰ সৈতে সম্পৰ্কিত। ই সাম্যবাদী চীনা দৃষ্টিকোণেৰে আন্তঃৰ্জাতিক বাতৰি প্ৰকাশ কৰে৷[1][2]
বুৰঞ্জী
সম্পাদনা কৰক১৯৯৩ চনত চীনা ভাষাৰ প্ৰকাশন হিচাপে যাত্ৰাৰম্ভ কৰা কাকতখনৰ ইংৰাজী সংস্কৰণ ২০০৯ চনৰ ২০ এপ্ৰিলত আৰম্ভ কৰা হয়৷[3] বাহিৰা মাধ্যমৰ বিৰুদ্ধে যুঁজ দিওঁতে প্ৰায় ৪৫ বিলিয়ন য়ুৱান বা ৬.৬ বিলিয়ন (৬৬০ কোটি) ইউ এছ ডলাৰ খৰচ হৈছিল।
চীনা ভাষাৰ সংস্কৰণে আন্তঃৰ্জাতিক সমস্যা আৰু বাতৰিত অধিক গুৰুত্ব প্ৰদান কৰে, পিচে ইংৰাজী ভাষাৰ সংস্কৰণে চীনা আন্তৰিক বাতৰিতহে অধিক গুৰুত্ব আৰোপ কৰে।
সম্পাদনা
সম্পাদনা কৰকচীনা ভাষাৰ সংস্কৰণে এক চৰকাৰপন্থী আৰু উগ্ৰ জাতীয়তাবাদী অৱস্থান গ্ৰহণ কৰা বুলি অনেকে মত পোষণ কৰে।[4] পিচে, ইংৰাজী ভাষাৰ সংস্কৰণটোৱে ইমান উগ্ৰ পন্থ অৱলম্বন নকৰে বুলি এগৰাকী সম্পাদকে মত প্ৰকাশ কৰিছে।[5]
তথ্যসূত্ৰ
সম্পাদনা কৰক- ↑ Beijing-based newspaper Global Times launches English edition, People's Daily, 20 April 2009.
- ↑ Wee, Sui-Lee; Mao, Sabrina (2012-01-06). "China must assert itself despite new US strategy-paper". Reuters. প্ৰকাশক Beijing. http://www.reuters.com/article/2012/01/06/usa-military-asia-idUSL3E8C60BR20120106। আহৰণ কৰা হৈছে: 2012-01-06.
- ↑ "About Us" Archived 2013-04-22 at the Wayback Machine, Global Times.
- ↑ “Patriotic” Voices?
- ↑ Richard Burger on being a foreign editor at the Global Times Danwei.org, 8 May 2009