সাধাৰণতে ঘৰ ইংৰাজী: house) হ'ল এটি অট্টালিকা য'ত মানুহে বাস কৰে[1]। ঘৰত প্ৰায়েই এটি পৰিয়ালে বাস কৰে, কিন্তু কেৱল এজন ব্যক্তি, সামাজিক গোট আদিয়েও বাস কৰিব পাৰে।

ঘৰ

ঘৰ কেইবা প্ৰকাৰৰো থাকিব পাৰে, যেনে,

প্ৰকাৰ বিৱৰণ
ইগ্ল' ইগ্ল' হ'ল বৰফেৰে নিৰ্মিত এটি ঘৰ য'ত এস্কিম' সকলে বাস কৰে।[2]
বঙলা বঙলা হ'ল এটি ইটা, শিল আদিৰে সজা ডাঙৰ ঘৰ[3]
ফ্লেট
পঁজা পঁজা হ'ল এটি সৰু, মানুহ থকা ঘৰ[4]
কনাক অত্তমান ৰাজৰ সময়ত টুৰ্কীৰ এক অতিকৈ প্ৰচলিত ঘৰ
মেনৰ হাউচ মজলীয়া যুগৰ ৰাজন্যৰ ঘৰ
ট্ৰী হাউচ গছৰ ওপৰত নিৰ্মিত ঘৰ
এপাৰ্ট্মেণ্ট এটি অট্টালিকাত একে ধৰণৰ কোঠাৰ মাজত এটি কোঠা বা কোঠাৰ গোট[5]
হাউচ্ ব'ট পানীত ওপঙা, সমতল তলিৰ এখন নাও যাক বাসৰ বাবে ব্যৱহাৰ কৰা হয়।[6]
তম্বু ডাঠ কাপোৰেৰে সজা এটি অস্থায়ী ঘৰ[7]
চাংঘৰ ওখকৈ চাং পাতি সজা ঘৰ।[8]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. http://dictionary.reference.com/browse/house
  2. http://dictionary.reference.com/browse/bungalow?s=t
  3. http://xobdo.org/ ত বঙলা সন্ধান কৰিলে পোৱা যায়
  4. http://xobdo.org/ ত সন্ধান কৰিলে পোৱা যায়
  5. http://dictionary.reference.com/browse/apartment?s=t
  6. http://dictionary.reference.com/browse/houseboat?s=t
  7. http://xobdo.org/ ত সন্ধান কৰিলে পোৱা যায়
  8. http://xobdo.org/ ত সন্ধান কৰিলে পোৱা যায়