চনু মুৰ্মু (ইংৰাজী: Sonu Murmu) এজন নেপালৰ ৰাজনীতিবিদ। তেওঁ জনমত পাৰ্টিৰ এগৰাকী সক্ৰিয় সদস্য। তেওঁ বৰ্তমান নেপালৰ দ্বিতীয় ফেডাৰেল সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ২০২২ চনৰ নেপালৰ সাধাৰণ নিৰ্বাচনত তেওঁ খিলঞ্জীয়া শ্ৰেণীৰ পৰা আনুপাতিক প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয়।[1][2]

সন্মানীয়

চনু মুৰ্মু
সংসদৰ সদস্য
জমনত পাৰ্টি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০২২
ব্যক্তিগত তথ্য
ৰাষ্ট্ৰীয়তা নেপালী
ৰাজনৈতিক দল জমনত পাৰ্টি
আন ৰাজনৈতিক
সম্পৰ্ক
জমনত পাৰ্টি
মাতৃ বদ্কী
পিতৃ লখি ৰাম

তথ্য সংগ্ৰহ সম্পাদনা কৰক