চাওঁতাল
চাওঁতাল সকলৰ বিষয়ে চমুকৈ……
চাওঁতাল সকলৰ মাজত হাঁচদা,মুৰ্মু,চৰেন,মাঝি,বাস্কে, হেম্বৰম,মাৰ্ডি,বেছৰা,টুডু ইত্যাদিৰ উপাধিৰ লোক পোৱা যায়। এওঁলোকৰ মাঘী পূজা, ফাগুৱা, কালীপূজা, ছাটা(ছাটি) পৰৱ ইত্যাদি পূজা পাৰ্বত্য উৎসৱ আদিয়েই প্ৰধান।
এওঁলোকে পূজা কৰা স্থান বা উপাসনাস্থলীক "জেহাৰ থান" নামেৰে জনা যায়।
এওঁলোকৰ নিজা ভাষা আৰু দোৱান আছে।