সা ৰে গা মা পা ২০১২

(চা ৰে গা মা পা ২০১২ৰ পৰা পুনঃনিৰ্দেশিত)

হোণ্ডা-সা ৰে গা মা পা ২০১২ (ইংৰাজী: Honda - Sa Re Ga Ma Pa 2012)[1] হৈছে সা ৰে গা মা পা চেলেঞ্জৰ পঞ্চম কিস্তি, যিটো আৰম্ভ হৈছিল ২০১২ চনৰ ছেপ্তেম্বৰ ২৯ তাৰিখে জি টিভিত (ইংৰাজী: Zee Tv) । এইটো ছিৰিজত এংকৰ হৈছিল বিখ্যাত গায়ক যাবেদ আলি আৰু নিৰ্বাচন পৰ্বত হোস্ট কৰিছিল জয় ভনুছালি। বিচাৰক হিচাপে আছিল ৰাহুল ৰাম, শংকৰ মহাদেৱন, ছাজিড-ৱাজিড (ছাজিড আলি ৱাজিড আলি)। অডিচন ৰাউণ্ডৰ পৰা সৰ্বমুঠ ১০০ জন প্ৰতিযোগীক নিৰ্বাচন কৰি মেগা প্ৰতিযোগিতালৈ ১৫ জন নিৰ্বাচন কৰিছিল।

Sa Re Ga Ma Pa Challenge 2012
বিন্যাস Interactive Reality Musical show
নিৰ্মাতা Dr. Abhishek Dwivedi & Rajeev Arora
পৰিচালক Gyan Sahay
উপস্থাপক Aditya Narayan
দেশ India
ভাষা Hindi
প্ৰযোজনা
কেমেৰাৰ ছেটআপ Multi-camera
দৈৰ্ঘ্য 52 minutes
সম্প্ৰচাৰ
দৃশ্যৰ ফৰমেট 480i (SDTV)
শব্দৰ ফৰমেট Stereophonic sound
কালক্ৰম
পূৰ্বসূৰী Sa Re Ga Ma Pa L'il Champs
উত্তৰসূৰী Sa Re Ga Ma Pa L'il Champs International
সংশ্লিষ্ট ধাৰাবাহিক Sa Re Ga Ma Pa Challenge 2005
Indial Idol
Amul Star Voice of India

Bathroom Singer

Winner =
সা ৰে গা মা পা ২০১২ৰ শীৰ্ষ ১৫ প্ৰতিযোগী


শীৰ্ষ ১৫ জন সম্পাদনা কৰক


তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক