চিত্ৰ:আমৰলি পৰুৱাৰ বাহ.jpeg

মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.46 MB, MIME প্ৰকাৰ: image/jpeg)

বৰ্ণনা

আমৰলি পৰুৱাৰ বাহ। আমৰলি পৰুৱাই গছৰ শুকান পাতবোৰ নিজৰ বুদ্ধিৰে শৰীৰৰ পৰা নিৰ্গত এবিধ আঠা জাতীয় ৰসৰ দ্বাৰা আঠা লগাই লগাই শত্ৰুৰ পৰা আৰু বৰষুণ, ধুমুহাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ এনেদৰে বাহ সাজি লয়। আমৰলি পৰুৱা টোপ ৰঙালী বিহুৰ সময়ত গছৰ পৰা পাৰি আনি সেইটোপবোৰ ভাজি খাৱলৈ সোৱাদ লগা হয়। এনেকৈ খোৱাটো অসমীয়া সমাজৰ এটা পৰম্পৰা ।

উৎস

নিজা কাম

তাৰিখ

১৪ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান20:25, 13 May 201220:25, 13 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.46 MB)নিতুল বৰা (আলোচনা | বৰঙণি){{Information|Description=আমৰলি পৰুৱাৰ বাহ। আমৰলি পৰুৱাই গছৰ শুকান পাতবোৰ নিজৰ বুদ্ধিৰে শৰীৰৰ পৰা নিৰ্গত এবিধ ...

তলত দিয়া পৃষ্ঠাটোৱে এই ফাইলটো ব্যৱহাৰ কৰে:

মেটাডেটা