মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.34 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ সম্পাদনা কৰক

বৰ্ণনা

কলং সূতি ব্ৰহ্মপুত্ৰ নদীৰ পৰা ওলাই নগাওঁ জিলাৰ বিভিন্ন ঠাইৰ মাজেৰে বৈ গৈ আকৌ ব্ৰহ্মপুত্ৰ নদীতেই পৰিছেগৈ। কলঙৰ লগত অসমীয়াৰ তথা নগাওঁ বাসীৰ অতীজৰে পৰাই এটা সু-সৰ্ম্পক আছে। কলঙক লৈ বহু গীত, কবিতা ৰচনা হৈছে। এসময়ত কলঙৰ পাৰতেই বিহুৱা-নাচনীয়ে বিহু মাৰিছিল। বৰ্তমানৰ কলং বহু সলনি হৈছে, ব্ৰহ্মপুত্ৰৰ মুখত হাতীমৰা মাঠাউৰি মাৰি দিয়াৰে পৰাই কলঙৰ পানী কমি আহিবলৈ ধৰে। কোনো কোনো ঠাইত বৰ্তমান কলং মৃত প্ৰায় অৱস্থাৰ দৰে হৈ পৰিছে।

উৎস

নিজা কাম

তাৰিখ

২৬ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান20:41, 26 May 201220:41, 26 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.34 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=কলং সূতি ব্ৰহ্মপুত্ৰ নদীৰ পৰা ওলাই নগাওঁ জিলাৰ বিভিন্ন ঠাইৰ মাজেৰে বৈ গৈ আকৌ...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা