অসমীয়া: খুটৰিয়া শাক ওখই মাত্ৰ ৬ ইঞ্চিমান হয়, দেখাত মৰিচা গছৰ লগত একেই, পাতবোৰো মৰিচা পাতৰ দৰেই দেখা যায়। কিন্তু গছজোপাৰ কোহত (আগ অংশত) সৰু সৰু গুটি ধৰা দেখা যায়। সৰু মাছৰ লগত খুটৰিয়া শাক ৰান্ধিলে সোৱাদ হয়।
একে ধৰণে চেয়াৰ কৰক – যদি আপুনি এই কামটো পৰিবৰ্তন, ৰূপান্তৰ বা এই কামটোৰ উপৰত ভিত্তি কৰি নতুন সৃষ্টিকৰ্ম তৈয়াৰ কৰে, আপুনি শেষৰ কৰ্মটো পূৰ্বৰ কৰ্মটোৰ সৈতে একে বা একেধৰণৰ অনুজ্ঞাপত্ৰৰ আওতাত বিতৰণ কৰিব পাৰে।