চিত্ৰ:গায়ন.jpeg
এই খচৰাৰ আকাৰ: 450 × 600 পিক্সেল. আন ৰিজ'লিউশ্যনসমূহ: 180 × 240 পিক্সেল | 360 × 480 পিক্সেল | 576 × 768 পিক্সেল | 768 × 1,024 পিক্সেল | 2,448 × 3,264 পিক্সেল।
মূল ফাইল (2,448 × 3,264 পিক্সেল, ফাইলৰ মাত্ৰা: 3.35 MB, MIME প্ৰকাৰ: image/jpeg)
সাৰাংশ সম্পাদনা কৰক
বৰ্ণনা |
গায়ন। অংকিয়া ভাওঁনাত বা নামঘৰত গীত মাত আৰু তাল বজোৱা ব্যক্তিক গায়ন বোলা হয়। অসমীয়া সমাজত গায়নৰ ভূমিকা অপৰিহাৰ্য্য। অংকিয়া ভাওঁনা পৰিবেশণৰ আগে আগে বৰধেমালি, সৰু ধেমালি গাবলৈ গায়নৰ প্ৰয়োজন। হাতত তাল লৈ গায়নে নৃত্যৰ তালে তালে গীত গায় গায় বৰধেমালি সৰু ধেমালি পৰিবেশন কৰে। অংকিয়া ভাওঁনাৰ ভাঁৱৰীয়া সকলক প্ৰবেশ কৰিবলৈ গায়নে খোলৰ চেঁওৰ লগে লগে তালৰও চেঁও মাৰে আৰু ভাঁওৰীয়াইও চেঁৱে চেঁৱে নৃত্য কৰি প্ৰবেশ কৰে। |
---|---|
উৎস |
নিজা কাম |
তাৰিখ |
২৬ মে, ২০১২ |
স্বতাধিকাৰী | |
অনুমতি (ফাইলৰ পুনঃব্যৱহাৰ) |
তলত চাওক |
অনুজ্ঞাপত্ৰ সম্পাদনা কৰক
এই কাৰ্যৰ অনুমতি ক্ৰিয়েটিভ কমঞ্চ এট্ৰিব্যুশ্বন-শ্বেয়াৰ-এলাইক ৩.০ অনুজ্ঞাপত্ৰৰ অন্তৰ্গত। |
ফাইলৰ ইতিবৃত্ত
ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।
তাৰিখ/সময় | ক্ষুদ্ৰ প্ৰতিকৃতি | আকাৰ | সদস্য | মন্তব্য | |
---|---|---|---|---|---|
বৰ্তমান | 12:25, 26 May 2012 | 2,448 × 3,264 (3.35 MB) | নিতুল বৰা (আলোচনা | বৰঙণি) | == {{int:filedesc}} == {{Information |Description=গায়ন। অংকিয়া ভাওঁনাত বা নামঘৰত গীত মাত আৰু তাত বজোৱা ব্যক্তিক গায়ন বোলা হ... |
আপুনি এই ফাইলটো প্ৰতিস্থাপন কৰিব নোৱাৰে।
ফাইল ব্যৱহাৰ
এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই