চিত্ৰ:তকা ২.jpeg
এই খচৰাৰ আকাৰ: 800 × 600 পিক্সেল. আন ৰিজ'লিউশ্যনসমূহ: 320 × 240 পিক্সেল | 640 × 480 পিক্সেল | 1,024 × 768 পিক্সেল | 1,280 × 960 পিক্সেল | 2,560 × 1,920 পিক্সেল | 3,264 × 2,448 পিক্সেল।
মূল ফাইল (3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.21 MB, MIME প্ৰকাৰ: image/jpeg)
সাৰাংশ সম্পাদনা কৰক
বৰ্ণনা |
বিহুৰ বাদ্য-যন্ত্ৰ সমূহৰ ভিতৰত তকাও এবিধ। জাতি বাঁহৰ এটা পাব অৰ্থাত দুই গাঠি দুফালে ৰাখি এটা গাঠিৰ ফালে মেচিদাৰে একবেগেত মান কাতি হাতেৰে ধৰিব পৰাকৈ ঠাৰি সদৃশ ৰাখিব লাগে। আগফালৰ গাঠিটোৰ পৰা সমানে ফালি দিব লাগে এনেকৈ যাতে গুৰিফালৰ গাঠিটোৰ ওচৰ পাইগৈ। তাৰ পাছত জুইত সেকি নানা ধৰনৰ চিহ্ন দিব পাৰি, জুইত সেকিলে তকাটো টান হৈ পৰে আৰু বজাবলৈ উপযুক্ত হৈ পৰে। বিহুৱা দলৰ এজনে হাতত তকাটো লৈ ঢোলৰ চেঁৱে চেঁৱে বজাই তাল মিলাই যায়। |
---|---|
উৎস |
নিজা কাম |
তাৰিখ |
২৮ মে, ২০১২ |
স্বতাধিকাৰী | |
অনুমতি (ফাইলৰ পুনঃব্যৱহাৰ) |
তলত চাওক |
অনুজ্ঞাপত্ৰ সম্পাদনা কৰক
এই কাৰ্যৰ অনুমতি ক্ৰিয়েটিভ কমঞ্চ এট্ৰিব্যুশ্বন-শ্বেয়াৰ-এলাইক ৩.০ অনুজ্ঞাপত্ৰৰ অন্তৰ্গত। |
ফাইলৰ ইতিবৃত্ত
ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।
তাৰিখ/সময় | ক্ষুদ্ৰ প্ৰতিকৃতি | আকাৰ | সদস্য | মন্তব্য | |
---|---|---|---|---|---|
বৰ্তমান | 19:15, 28 May 2012 | 3,264 × 2,448 (3.21 MB) | নিতুল বৰা (আলোচনা | বৰঙণি) | == {{int:filedesc}} == {{Information |Description=বিহুৰ বাদ্য-যন্ত্ৰ সমূহৰ ভিতৰত তকাও এবিধ। জাতি বাঁহৰ এটা পাব অৰ্থাত দুই গাঠি... |
আপুনি এই ফাইলটো প্ৰতিস্থাপন কৰিব নোৱাৰে।
ফাইল ব্যৱহাৰ
এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই