চিত্ৰ:বাৰ খেলিয়া নামঘৰ.jpeg

মূল ফাইল(3,658 × 2,624 পিক্সেল, ফাইলৰ মাত্ৰা: 415 KB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ সম্পাদনা কৰক

বৰ্ণনা

বাৰ খেলিয়া নামঘৰ। এই নামঘৰত বাৰখন গাঁৱৰ বাৰটা খেলৰ মানুহে একেলগে সেৱা-সকাম, ৰাস-ভাওঁনা মিলাপ্ৰিতীৰে অনুষ্ঠিত কৰে। সেয়ে এই নামঘৰৰ নাম বাৰ খেলিয়া নামঘৰ। দেখিবলৈ চাৰিওফালে সমানে গোলাকাৰ, প্ৰতিখন গাঁৱৰ নামতেই নামঘৰৰ মজিয়া আৰু বাটচৰা আছে। সিংহাসন কিন্তু একেখনেই। সকলো ফালৰ পৰাই সিংহাসন ভাগ দেখিবলৈ একেই।

উৎস

নিজা কাম

তাৰিখ

২৩ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান19:17, 23 May 201219:17, 23 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,658 × 2,624 (415 KB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=বাৰ খেলিয়া নামঘৰ। এই নামঘৰত বাৰখন গাঁৱৰ বাৰটা খেলৰ মানুহে একেলগে সেৱা-সকাম,...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা