মূল ফাইল(3,264 × 2,448 পিক্সেল, ফাইলৰ মাত্ৰা: 3.24 MB, MIME প্ৰকাৰ: image/jpeg)

সাৰাংশ সম্পাদনা কৰক

বৰ্ণনা

মাটিৰে তৈয়াৰী ভাঙৰ চিলিম। ভাং গছৰ পাত কেঁচাতে কাটি আনি সেইবোৰ ৰদত শুকুৱাই শুকান কৰা হয়। যথা সময়ত সেইবোৰ কঁটাৰীৰে কাটি কাটি সৰু সৰু তুকুৰা কৰি লোৱা হয়। তুকুৰাবোৰ গোটাই লৈ পৰিস্কাৰ ফটাকানি এখনত লৈ মেৰিয়াই চিলিমটোৰ ভিতৰত এনেদৰে ভৰাই দিব লাগে যাতে ভাংবোৰ ওলায় নপৰে। তাৰ পাছত ওপৰৰ মুখখনত অঙঠাৰ তুকুৰা কেইটামান দি জ্বলিবলৈ দিব লাগে। চিলিমৰ আনটো মুৰত তিতা ফটাকানি এখন মেৰিয়াই দুইহাতৰ তলুৱাদি ধৰি মুখেৰে শোহা মাৰিলে জুইৰ ধোঁৱা ভাঙৰ মাজেদি পাৰহৈ আহি তিতা ফটাকানিত চেকনি হৈ মুখৰ ভিতৰলৈ যায় আৰু তেতিয়াই সেৱন কৰোতা জনৰ নিচাঁ ধৰে।

উৎস

নিজা কাম

তাৰিখ

২৬ মে, ২০১২

স্বতাধিকাৰী

নিতুল বৰা

অনুমতি
(ফাইলৰ পুনঃব্যৱহাৰ)

তলত চাওক

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

ফাইলৰ ইতিবৃত্ত

ফাইলৰ আগৰ অৱস্থা চাবলৈ সেই তাৰিখ/সময়ত ক্লিক কৰক।

তাৰিখ/সময়ক্ষুদ্ৰ প্ৰতিকৃতিআকাৰসদস্যমন্তব্য
বৰ্তমান20:06, 26 May 201220:06, 26 May 2012ৰ সংস্কৰণৰ ক্ষুদ্ৰ প্ৰতিকৃতি3,264 × 2,448 (3.24 MB)নিতুল বৰা (আলোচনা | বৰঙণি)== {{int:filedesc}} == {{Information |Description=মাটিৰে তৈয়াৰী ভাঙৰ চিলিম। ভাং গছৰ পাত কেঁচাতে কাটি আনি সেইবোৰ ৰদত শুকুৱাই শ...

এই ফাইলটো কোনো পৃষ্ঠাই ব্যৱহাৰ কৰা নাই

মেটাডেটা